পুত্ৰহাৰা হ্'ল অসমী আই
পিতৃহাৰা হলো আমি ।
কিদৰে পূজিম তোমাক
হে পুণ্যপথৰ যাত্ৰী....
(05/11/2011)
প্ৰয়োজন হলে মই পৃথিবীক বিশ্ৱাসঘাটকতা কৰিম
কিন্তু মাতৄ তোমাক বিশ্ৱাসঘাটকতা নকৰো কেতিয়াও |
মোৰ শিৰাই শিৰাই তোমাৰ বুকুৰ অমৄত বৈ আছে ......
আজিৰপৰা এযুগ আগতেই তোমাৰ মুখলৈ চাই প্ৰথম হাহিঁবলৈ শিকিছিলো
এতিয়া তোমাৰ কোলাত মূৰ থৈ কান্দিবলৈ অন্তৰে হাহাকাৰ কৰে .....
পিতৃহাৰা হলো আমি ।
কিদৰে পূজিম তোমাক
হে পুণ্যপথৰ যাত্ৰী....
(05/11/2011)
সপোন
জীৱনৰ বাটত যেতিয়া প্ৰথম খোজ দিছিলো
সপোনবোৰে আহি ভিৰ কৰিছিলহি
কহুৱাকোমল সপোন, সেন্দূৰীয়া বাট....
আজি মধ্যাহ্নত উভতি চাই দেখো
এৰি অহা বাটটো ধূসূৰ, মাজে মাজে পোহৰ....
সন্মুখলৈ চাই দেখো
একেই সেন্দূৰীয়া বাট, একেই কহুৱাকোমল সপোন
মাত্ৰ তাৰ মাজত নিজকে নেদেখো.......

মাতৄ তুমি অনন্যা
এফালে মাতৄ আৰু আনফালে সমস্ত পৃথিবীপ্ৰয়োজন হলে মই পৃথিবীক বিশ্ৱাসঘাটকতা কৰিম
কিন্তু মাতৄ তোমাক বিশ্ৱাসঘাটকতা নকৰো কেতিয়াও |
মোৰ শিৰাই শিৰাই তোমাৰ বুকুৰ অমৄত বৈ আছে ......
আজিৰপৰা এযুগ আগতেই তোমাৰ মুখলৈ চাই প্ৰথম হাহিঁবলৈ শিকিছিলো
এতিয়া তোমাৰ কোলাত মূৰ থৈ কান্দিবলৈ অন্তৰে হাহাকাৰ কৰে .....
No comments:
Post a Comment